এনডিএ চৰকাৰৰ নেতৃত্বত ভাৰত বিশ্বৰ দ্ৰুততম বিকশিত বৃহৎ অৰ্থনীতিত পৰিণত হৈছে।
ভাৰতীয় অৰ্থনীতিৰ বাবে এইটো আছিল এক ঐতিহাসিক বৰ্ষ৷ নিম্ন বিকাশ, উচ্চ মুদ্ৰাস্ফীতি আৰু সীমিত উৎপাদনৰ এক সময়ছোৱাৰ পৰা এনডিএ চৰকাৰে আমাৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ লগতে দেশক বিকশিত অৰ্থনীতিৰ দেশৰ শাৰীলৈ আনিলে৷ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ৭.৪%লৈ বৃদ্ধি পাইছে আৰু এই হাৰ বিশ্বৰ সকলো বৃহৎ অৰ্থনীতিৰ মাজত দ্ৰুততম হিচাপে চিহ্নিত হৈছে৷
বিভিন্ন ৰেটিং এজেন্সী আৰু থিংক টেংকে সম্ভাৱনা ব্যক্ত কৰিছে যে এনডিএ চৰকাৰৰ নেতৃত্বত অনাগত বছৰসমূহত ভাৰতৰ বিকাশ হাৰ তীব্ৰ গতিৰে বৃদ্ধি পাব৷ Banking on the strong fundamentals & reforms being undertaken by the NDA Government, Moody’s upgraded India’s rating from ‘stable’ to ‘positive’ recently.
When BRICS was launched, a lot of people felt that the “I” (India) does not belong to the league and India was seen with scepticism. Now, it is India which is perceived to be powering the BRICS as its growth engine.
With the Government’s thrust on manufacturing, Index of Industrial Production grew at 2.1% this year after the negative growth last year. Inflation (WPI) has seen a steady decline, from 5.55% in April 2014 to -2.65% in April 2015. FDI Inflows are increasing at a historic pace. The FDI Equity Inflows shot up by 40% to reach Rs 1,75,886 crore from Rs 1,25,960 last year.
The Fiscal Deficit is in a state of steady decline. India’s current account deficit reduced from 4.7% of GDP last year to 1.7% of GDP this year. India’s Foreign Exchange Reserves have increased significantly, from $ 311.8 Billion to $ 352.1 Billion. This will provide insulation to India in the event of any global shocks.