পি এম ইণ্ডিয়া
The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to mishap in Karwar, Uttara Kannada district of Karnataka.
...অসমীয়া সংস্কৰণ উপলব্ধ হ’ব
Prime Minister Shri Narendra Modi met today with the Governor-General of Australia, the Hon. Ms. Sam Mostyn AC in Melbourne.
...অসমীয়া সংস্কৰণ উপলব্ধ হ’ব
Renews the existing Joint Declaration on Security (2009). It identifies interoperability of forces, capacity building, maritime domain, defense industrial collaboration, cyber security and technology, counter terrorism, HADR, and unified approach in UNCLOS, ASEAN, PIF, IORA, as areas of cooperation.
...অসমীয়া সংস্কৰণ উপলব্ধ হ’ব
Prime Minister Shri Narendra Modi participated in the 3rd India-Australia Annual Summit hosted by the Prime Minister of Australia, the Hon. Anthony Albanese MP, in Melbourne on 9 July 2026. On arrival at Government House, Prime Minister Modi was warmly received by Prime Minister Albanese and accorded a ceremonial welcome.
...অসমীয়া সংস্কৰণ উপলব্ধ হ’ব
আমাৰ মন্ত্ৰ হোৱা উচিত—‘বেটা বেটী, এক সমান’৷ “আহক আমি সকলোৱে মিলি কন্যা শিশুৰ জন্ম উদযাপন কৰো৷ আমাৰ কন্যাক লৈও সমানে গৌৰৱ কৰা উচিত৷ কন্যা শিশু জন্মৰ সময়ত আনন্দ উপযাপনৰ বাবে পাঁচটাকৈ গছ পুলি ৰোপন কৰিবলৈ মই আপোনালোকক আহ্বান জনাও৷”—দত্তক গাঁও জয়াপুৰত জনসাধাৰণক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ উল্লেখ্য যে, ২০১৫ৰ ২২ জানুৱাৰীত হাৰিয়ানাৰ পানীপটত প্ৰধানমন্ত্ৰীয়ে বেটী বচাও বেটী পঢ়াও(বিবিবিপি)আঁচনিৰ শুভাৰম্ভ কৰিছিল৷ ক্ৰমহ্ৰাসমান শিশু লিংগ অনুপাত আৰু মহিলা সৱলীকৰণ সম্পৰ্কীয় দিশসমূহ বেটী বচাও বেটী পঢ়াও(বিবিবিপি)আঁচনিয়ে সাঙুৰি লয়৷ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সংঘবদ্ধ প্ৰচেষ্টাত এই অভিযান আৰম্ভ কৰা হৈছে৷ এই আচঁনিৰ মহত্বপূৰ্ণ উপাদান হিচাপে ...
অধিক চাওক২০২৪ চনৰ সংসদীয় নিৰ্বাচনত আন এক নিৰ্ণায়ক জয়ৰ পিছত ২০২৪ চনৰ ৯ জুনত তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শ্ৰী নৰেন্দ্ৰ মোদীয়ে। একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে এই বিজয়ে শ্ৰী মোদীৰ নেতৃত্বক আৰু অধিক সুদৃঢ় কৰি তুলিলে। ২০২৪ চনৰ নিৰ্বাচনত ভোটাৰৰ এক উল্লেখযোগ্য অংশই শ্ৰী মোদীৰ নেতৃত্ব আৰু দেশৰ প্ৰতি দৃষ্টিভংগীৰ ওপৰত অবিৰতভাৱে আস্থা প্ৰকাশ কৰিছে। তেওঁৰ অভিযানত অৰ্থনৈতিক উন্নয়ন, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সমাজ কল্যাণমূলক কাৰ্যসূচীৰ সমন্বয়ত গুৰুত্ব আৰোপ কৰা হৈছিল, যিয়ে জনসাধাৰণৰ মাজত ব্যাপকভাৱে অনুৰণন ঘটাইছিল। শ্ৰী মোদীৰ তৃতীয় কাৰ্যকালত তেওঁৰ পূৰ্বৰ কাৰ্যকালত স্থাপন কৰা আধাৰৰ ওপৰত নিৰ্মাণ হ’ব বুলি আশা কৰা হৈছে, য’ত প্ৰযুক্তিগত উদ্ভাৱন, আন্তঃগাঁথনি উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় ...
অধিক চাওক