Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বেটী বচাওঁ বেটী পঢ়াওঁ: কন্যাসন্তানৰ যত্ন


আমাৰ মন্ত্ৰ হোৱা উচিত—‘বেটা বেটী, এক সমান’৷

“আহক আমি সকলোৱে মিলি কন্যা শিশুৰ জন্ম উদযাপন কৰো৷ আমাৰ কন্যাক লৈও সমানে গৌৰৱ কৰা উচিত৷ কন্যা শিশু জন্মৰ সময়ত আনন্দ উপযাপনৰ বাবে পাঁচটাকৈ গছ পুলি ৰোপন কৰিবলৈ মই আপোনালোকক আহ্বান জনাও৷”—দত্তক গাঁও জয়াপুৰত জনসাধাৰণক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

উল্লেখ্য যে, ২০১৫ৰ ২২ জানুৱাৰীত হাৰিয়ানাৰ পানীপটত প্ৰধানমন্ত্ৰীয়ে বেটী বচাও বেটী পঢ়াও(বিবিবিপি)আঁচনিৰ শুভাৰম্ভ কৰিছিল৷ ক্ৰমহ্ৰাসমান শিশু লিংগ অনুপাত আৰু মহিলা সৱলীকৰণ সম্পৰ্কীয় দিশসমূহ বেটী বচাও বেটী পঢ়াও(বিবিবিপি)আঁচনিয়ে সাঙুৰি লয়৷ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সংঘবদ্ধ প্ৰচেষ্টাত এই অভিযান আৰম্ভ কৰা হৈছে৷

এই আচঁনিৰ মহত্বপূৰ্ণ উপাদান হিচাপে প্ৰথম পৰ্য্যায়ত পি চি আৰু পি এন ডি টি আইনৰ প্ৰবতন,ৰাষ্ট্ৰজোৰা সজাগতা আৰু পৰামৰ্শ প্ৰচাৰ অভিযান আৰু নিৰ্বাচিত ১০০ খন জিলাত বহুক্ষেত্ৰীয় কাৰ্য্যক অন্তৰ্ভুক্ত কৰা হৈছে৷ প্ৰশিক্ষণৰ জড়িয়তে চিন্তা ধাৰাৰ পৰিৱৰ্ত্তন, সংবেদীকৰণ, সজাগতা বৃদ্ধি আৰু সামূহিক সংহতিত অধিক গুৰুত্ব দিয়া হৈছে৷

কন্যাসন্তানৰ প্ৰতি আমাৰ সমাজৰ দৃষ্টিভংগীলৈ পৰিৱৰ্তন অনাৰ বাবে এন ডি এ চৰকাৰে প্ৰচেষ্টা চলাই আছে৷ ’কন্যাসন্তানৰ সৈতে চেল্ফি পদক্ষেপ আৰম্ভ কৰা’ হাৰিয়ানাৰ বিবিপুৰৰ গাওঁবুঢ়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ’মন কি বাত’ অনুষ্ঠানত প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে সকলোকে নিজৰ কন্যাসন্তানৰ সৈতে চেল্ফি শ্বেয়াৰ কৰাৰ বাবে আহ্বান জনায় আৰু ই বিশ্বজোৰা সহাঁৰি পায়৷ সমগ্ৰভাৰত আৰু বিশ্বৰ লোকে নিজৰ কন্যাসন্তানৰ সৈতে তেওঁলোকৰ চেল্ফি শ্বেয়াৰ কৰে আৰু এয়া তেওঁলোকৰ বাবে গৌৰৱৰ বিষয় হৈ পৰে৷

0.13648200-1451573004-empowering-girl-child [ PM India 0KB ]

Since the launch of Beti Bachao Beti Padhao , the multi-sectoral District Action Plans have been operationalized in almost all states. Capacity-buiding programmes and Trainings have been imparted to Trainers to further strengthen capacities of district level officials and frontline workers. Nine set of such trainings have been organized covering all States/UTs the Ministry of Women & Child Development from April-October, 2015.

Some Local Initiatives

0.00072000-1451573123-betibachao-2 [ PM India 0KB ]

Under Beti Bachao Beti Padhao Scheme, Pithoragarh district has taken various steps towards protecting the girl child and enabling her education. The District Task Force and Block Task Force have been constituted. Meetings of these forums have organized & clear road maps have been developed and relating to Child Sex Ratio. To reach out the community at a large, awareness generation activities have been being carried out for wider dissemination of the Scheme. Various Rallies have been organized with core participation from various schools, Army schools, Employees of Government Departments, etc

In order to increase awareness about Beti Bachao Beti Padhao, street plays are also being organized in Pithoragarh. These street plays are not only organized at the villages, but also in markets to generate awareness among a larger audience. Through story visualization, people are getting sensitized towards the problems of sex-selective abortion. Issues related to the girl child and the series of the difficulties she faces through her lifespan are very well portrayed through these street plays. Through a Signature Campaign, Pledge and Oath Ceremony, message of BBBP has reached out to 700 students from  PG colleges and several Army Personnel.

Mansa district in Punjab has launched an initiative to inspire its girls to be educated. Under its ‘Udaan – Sapneya Di Duniya De Rubaru (Udaan- Live your Dream For One Day)’ scheme, the Mansa administration invites proposals from girls belonging to classes VI-XII. These girls have the opportunity to spend one day with a professional they aspire to be — doctor, police official, engineer, IAS and PPS officers, among others.

The initiative has received great response, and more than 70 students have already got a chance to spend one day with a professional, to see them function in a professional environment, helping them make better decisions about their future career choice.

Loading... Loading