শ্ৰী নৰেন্দ্ৰ মোদী [ ![]() |
প্ৰধানমন্ত্ৰী আৰু লগতে তেখেতৰ দায়িত্বত আছেঃ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়; পাৰমাণৱিক শক্তি বিভাগ; মহাকাশ বিভাগ; সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয়; আৰু কোনো মন্ত্ৰীক প্ৰদান নকৰা আন সকলো দপ্তৰ |
|
কেবিনেট মন্ত্ৰীসকল |
||
1 | শ্ৰী ৰাজনাথ সিং [ ![]() |
প্ৰতিৰক্ষা মন্ত্ৰী |
2 | শ্ৰী অমিত শ্বাহ [ ![]() |
গৃহ পৰিক্ৰমা মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী |
3 | শ্ৰী নীতিন জয়ৰাম গাডকাৰী [ ![]() |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী |
4 | শ্ৰীমতী নিৰ্মলা সীতাৰমন [ ![]() |
বিত্ত মন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী |
5 | শ্ৰী নৰেন্দ্ৰ সিং টোমৰ [ ![]() |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী |
6 | ডঃ সুব্ৰমনিয়াম জয়শংকৰ [ ![]() |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
7 | শ্ৰী অৰ্জুন মুণ্ডা [ ![]() |
জনজাতি পৰিক্ৰমা মন্ত্ৰী |
8 | শ্ৰীমতী স্মৃতি জুবিন ইৰানী [ ![]() |
মহিলা আৰু শিশু বিকাশ মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী |
9 | শ্ৰী পীয়ূষ গোৱেল [ ![]() |
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী; উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আৰু বস্ত্ৰ মন্ত্ৰী |
10 | শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান [ ![]() |
শিক্ষামন্ত্ৰী আৰু দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰী |
11 | শ্ৰী প্ৰহ্লাদ যোশী [ ![]() |
সংসদীয় পৰিক্ৰমা মন্ত্ৰী; কয়লা মন্ত্ৰী আৰু খনি মন্ত্ৰী |
12 | শ্ৰী নাৰায়ণ টাটু ৰানে [ ![]() |
ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী |
13 | শ্ৰী সৰ্বানন্দ সোণোৱাল [ ![]() |
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী আৰু আয়ুষ মন্ত্ৰী |
14 | শ্ৰী মুখতাৰ আব্বাছ নাকভি [ ![]() [০৬-০৭-২০২২ ত দায়িত্বৰপৰা অব্যাহতি] |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী |
15 | ডঃ বীৰেন্দ্ৰ কুমাৰ [ ![]() |
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী |
16 | শ্ৰী গিৰিৰাজ সিং [ ![]() |
গ্ৰামোন্নয়ন মন্ত্ৰী আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী |
17 | শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়া [ ![]() |
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী আৰু তীখা মন্ত্ৰী |
18 | শ্ৰী ৰামচন্দ্ৰ প্ৰসাদ সিং [০৬-০৭-২০২২ ত দায়িত্বৰপৰা অব্যাহতি] |
তীখা মন্ত্ৰী |
19 | শ্ৰী অশ্বিনী বৈষ্ণৱ [ ![]() |
ৰেল মন্ত্ৰী; যোগাযোগ মন্ত্ৰী আৰু ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী |
20 | শ্ৰী পশু পতি কুমাৰ পৰশ [ ![]() |
খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী |
21 | শ্ৰী গজেন্দ্ৰ সিং শেখাৱত [ ![]() |
জল শক্তি মন্ত্ৰী |
22 | শ্ৰী কিৰেণ ৰিজিজু [ ![]() |
আইন আৰু ন্যায় মন্ত্ৰী |
23 | শ্ৰী ৰাজ কুমাৰ সিং [ ![]() |
শক্তি মন্ত্ৰী আৰু নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী |
24 | শ্ৰী হৰদীপ সিং পুৰী [ ![]() |
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী আৰু; গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী |
25 | শ্ৰী মনসুখ মাণ্ডবিয়া [ ![]() |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আৰু; ৰসায়ন আৰু সাৰ মন্ত্ৰী |
26 | শ্ৰী ভূপেন্দ্ৰ যাদৱ [ ![]() |
পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী আৰু; শ্ৰম আৰু নিয়োগ মন্ত্ৰী |
27 | ডঃ মহেন্দ্ৰ নাথ পাণ্ডে [ ![]() |
গুৰু উদ্যোগ মন্ত্ৰী |
28 | শ্ৰী পুৰুষোত্তম ৰূপালা [ ![]() |
মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী |
29 | শ্ৰী জি. কিষাণ ৰেড্ডী [ ![]() |
সাংস্কৃতিক মন্ত্ৰী; পৰ্যটন মন্ত্ৰী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী |
30 | শ্ৰী অনুৰাগ সিং ঠাকুৰ [ ![]() |
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আৰু; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী |
ৰাজ্যিক মন্ত্ৰীসকল (স্বতন্ত্ৰ দায়িত্ব) |
||
1 | ৰাও ইন্দৰজিৎ সিং [ ![]() |
পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আৰু; কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
2 | ডাঃ জিতেন্দ্ৰ সিং [ ![]() |
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী; কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; পাৰমাণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু; মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী |
ৰাজ্যিক মন্ত্ৰীসকল |
||
1 | শ্ৰী শ্ৰীপদ য়েছ’ নাইক [ ![]() |
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
2 | শ্ৰী ফগনসিং কুলাস্তে [ ![]() |
তীখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; and গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
3 | শ্ৰী প্ৰহ্লাদ সিং পেটেল [ ![]() |
জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
4 | শ্ৰী অশ্বিনী কুমাৰ চৌবে [ ![]() |
উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ,মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ,ৰাজ্যিক মন্ত্ৰী |
5 | শ্ৰী অৰ্জুন ৰাম মেঘৱাল [ ![]() |
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; and সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
6 | জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি. কে. সিং [ ![]() |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
7 | শ্ৰী কৃষণ পাল [ ![]() |
শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; গুৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
8 | শ্ৰী দানভে ৰাওচাহেব দাদাৰাউ [ ![]() |
ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; কয়লা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; খনি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
9 | শ্ৰী ৰামদাস আথৱালে [ ![]() |
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
10 | সাধ্বী নিৰঞ্জন জ্যোতি [ ![]() |
উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ,মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ; ৰাজ্যিক মন্ত্ৰী |
11 | ডঃ সঞ্জীৱ কুমাৰ বলয়ান [ ![]() |
মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
12 | শ্ৰী নিত্যানন্দ ৰায় [ ![]() |
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
13 | শ্ৰী পংকজ চৌধাৰী [ ![]() |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
14 | শ্ৰীমতী অনুপ্ৰিয়া সিং পেটেল [ ![]() |
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
15 | প্ৰফেচৰ এছ. পি. সিং বাঘেল [ ![]() |
আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
16 | শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ [ ![]() |
দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
17 | সুশ্ৰী শোভা কাৰণ্ডলাজে [ ![]() |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
18 | শ্ৰী ভানু প্ৰতাপ সিং বাৰ্মা [ ![]() |
ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
19 | শ্ৰীমতী দৰ্শনা বিক্ৰম জৰদোশ [ ![]() |
বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
20 | শ্ৰী ভি. মুৰুলীধৰন [ ![]() |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
21 | শ্ৰীমতী মিনাক্ষী লেখী [ ![]() |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
22 | শ্ৰী সোম প্ৰকাশ [ ![]() |
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
23 | শ্ৰীমতী ৰেণুকা সিং সৰুতা [ ![]() |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
24 | শ্ৰী ৰামেশ্বৰ তেলী [ ![]() |
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
25 | শ্ৰী কৈলাশ চৌধাৰী [ ![]() |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
26 | শ্ৰীমতী অন্নপূৰ্ণা দেৱী [ ![]() |
শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
27 | শ্ৰী এ. নাৰায়ণস্বামী [ ![]() |
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
28 | শ্ৰী কৌশল কিশোৰ [ ![]() |
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
29 | শ্ৰী অজয় ভাট [ ![]() |
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
30 | শ্ৰী বি. এল. বাৰ্মা [ ![]() |
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; সহযোগিতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
31 | শ্ৰী অজয় কুমাৰ [ ![]() |
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
32 | শ্ৰী দেবুসিং চৌহান [ ![]() |
যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
33 | শ্ৰী ভগৱন্ত খুবা [ ![]() |
নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
34 | শ্ৰী কপিল মোৰেশ্বৰ পাটিল [ ![]() |
পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
35 | সুশ্ৰী প্ৰতিমা ভৌমিক [ ![]() |
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
36 | ডঃ সুভাষ সৰকাৰ [ ![]() |
শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
37 | ডঃ ভগৱত কিষাণৰাও কাৰাড [ ![]() |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
38 | ডঃ ৰাজকুমাৰ ৰঞ্জন সিং [ ![]() |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
39 | ডঃ ভাৰতী প্ৰবীণ পাৱাৰ [ ![]() |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
40 | শ্ৰী বিশ্বেশ্বৰ টুডু [ ![]() |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
41 | শ্ৰী শান্তনু ঠাকুৰ [ ![]() |
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
42 | ডঃ মুঞ্জাপাৰা মহেন্দ্ৰভাই [ ![]() |
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
43 | শ্ৰী জন বাৰলা [ ![]() |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
44 | ডঃ এল. মুৰুগান [ ![]() |
মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
45 | শ্ৰী নিশিথ প্ৰমাণিক [ ![]() |
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী. |
প্ৰধানমন্ত্ৰী |
---|
(পৃষ্ঠাটো শেষবাৰৰ বাবে 07.09.2022 তাৰিখে আপডেট কৰা হৈছে)