শ্ৰী নৰেন্দ্ৰ মোদী [ ![]() |
প্ৰধানমন্ত্ৰীৰ দায়িত্বৰ লগতে নিম্নোক্ত বিভাগসমূহৰ দায়িত্বতো নিয়োজিত— চৰকাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়; আণৱিক শক্তি বিভাগ; মহাকাশ বিভাগ; আৰু সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয়; আৰু কোনো মন্ত্ৰীৰ হাতত নথকা আন যিকোনো বিভাগ৷ |
|
কেবিনেট মন্ত্ৰীসকল |
||
১ | শ্ৰী ৰাজনাথ সিং [ ![]() |
গৃহমন্ত্ৰী |
২ | শ্ৰীমতী সুষমা স্বৰাজ [ ![]() |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী |
৩ | শ্ৰী অৰুণ জেটলী [ ![]() |
Minister without Portfolio |
৪ | শ্ৰী এম.ভেংকায়া নাইডু [ ![]() [১৮.০৭.২০১৭ত দায়িত্ব ত্যাগ] |
চহৰ উন্নয়ন, হাউচিং আৰু নগৰীয়া দৰিদ্ৰতা দূৰীকৰণ, তথ্য আৰু সম্প্ৰচাৰ |
৫ | শ্ৰী নীতিন গাডকাৰী [ ![]() |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী, জল পৰিবহণ মন্ত্ৰী, জল সম্পদ মন্ত্ৰী, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰী৷ |
৬ | শ্ৰী সুৰেশ প্ৰভু [ ![]() |
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী অসামৰিক বিমান পৰিবহণ মন্ত্ৰী |
৭ | শ্ৰী ডি.ভি. সদানন্দ গৌড়া [ ![]() |
পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰী |
৮ | সুশ্ৰী উমা ভাৰতী [ ![]() |
খোৱা পানী আৰু স্বচ্ছতা মন্ত্ৰী |
৯ | শ্ৰী ৰামবিলাস পাছৱান [ ![]() |
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ৷ |
১০ | শ্ৰী কালৰাজ মিশ্ৰ [ ![]() |
সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী৷ |
১১ | শ্ৰীমতী মানেকা গান্ধী [ ![]() |
|
১২ | শ্ৰী অনন্ত কুমাৰ [ ![]() |
ৰসায়ন আৰু সাৰ মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী |
১৩ | শ্ৰী ৰবি শংকৰ প্ৰসাদ [ ![]() |
আইন আৰু ন্যায় মন্ত্ৰী, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী |
১৪ | শ্ৰী জগত প্ৰকাশ নাড্ডা [ ![]() |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী |
১৫ | শ্ৰী অশোক গাজাপতী ৰাজু পুছাপতী [ ![]() [10.03.2018 ত দায়িত্ব ত্যাগ] |
অসামৰিক বিমান পৰিবহণ মন্ত্ৰী |
১৬ | শ্ৰী অনন্ত গীতি [ ![]() |
গধুৰ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰী |
১৭ | শ্ৰীমতী হৰছিমৰৎ কৌৰ বাদল [ ![]() |
খাদ্য প্ৰস্তুত উদ্যোগ মন্ত্ৰী |
১৮ | শ্ৰী নৰেন্দ্ৰ সিং টোমাৰ [ ![]() |
গ্ৰাম্য উন্নয়ন মন্ত্ৰী পঞ্চায়তীৰাজ মন্ত্ৰী, খনিজ সম্পদ মন্ত্ৰী |
১৯ | শ্ৰী চৈধাৰী বিৰেন্দৰ সিং [ ![]() |
তীখা মন্ত্ৰী |
২০ | শ্ৰী জুৱেল ওৰাম [ ![]() |
জনজাতি পৰিক্ৰমা মন্ত্ৰী |
২১ | শ্ৰী ৰাধা মোহন সিং [ ![]() |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী |
২২ | শ্ৰী থাৱৰ চন্দ্ৰ গেহলোট [ ![]() |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী |
২৩ | শ্ৰী স্মৃতি জুবিন ইৰাণী [ ![]() |
বস্ত্ৰশিল্প মন্ত্ৰী |
২৪ | ড০ হৰ্ষ বৰ্ধন [ ![]() |
বিজ্ঞান আৰু প্ৰযু্ক্তি মন্ত্ৰী, পৃথিৱী বিজ্ঞান মন্ত্ৰী পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী |
২৫ | শ্ৰী প্ৰকাশ জাভেদকাৰ [ ![]() |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰী |
২৬ | শ্ৰী মনোহৰ পাৰিকৰ [ ![]() |
প্ৰতিৰক্ষা মন্ত্ৰী |
২৭ | ড০ নাজমা এ. হেপতুল্লা [১২.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী |
২৮ | শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান [ ![]() |
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী, আৰু দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰী৷ |
২৯ | শ্ৰী পিযুষ গোৱেল [ ![]() |
ৰে’লৱে মন্ত্ৰী, আৰু কয়লা মন্ত্ৰী বিত্ত মন্ত্ৰী, কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী |
৩০ | শ্ৰীমতী নিৰ্মলা সীতাৰমণ [ ![]() |
প্ৰতিৰক্ষা মন্ত্ৰী |
৩১ | শ্ৰী মুখটাৰ আব্বাছ নকভী [ ![]() |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী |
ৰাজ্যিক মন্ত্ৰীসকল (স্বতন্ত্ৰ দায়িত্ব) |
||
১ | শ্ৰী ৰাও ইন্দৰজিত সিং [ ![]() |
পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
২ | শ্ৰী বন্দৰু দাট্টাট্ৰেয় [ ![]() |
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
৩ | শ্ৰী ৰাজীৱ প্ৰতাপ ৰেড্ডী [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
৪ | শ্ৰী সন্তোষ কুমাৰ গেংৱাৰ [ ![]() |
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
৫ | শ্ৰী শ্ৰীপদ য়েছো নাইক [ ![]() |
আয়ুৰ্বেদ, যোগ আৰু নিউৰ’পেথী, উনানী, সিদ্ধ আৰু হোমিঅ’পেথী(আয়ুস)মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
৬ | ড০ জিতেন্দ্ৰ সিং [ ![]() |
ড’নাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; আণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী; আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী৷ |
৭ | ড০ মহেশ শৰ্মা [ ![]() |
সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৮ | শ্ৰী গিৰিৰাজ সিং [ ![]() |
সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
৯ | শ্ৰী মনোজ সিনহা [ ![]() |
যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী; আৰু ৰে’লৱে মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
১০ | শ্ৰী অনিল মাধৱ দেভ [প্ৰয়াত] |
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
১১ | শ্ৰী সৰ্বানন্দ সোণোৱাল [২২.০৫.২০১৬ত দায়িত্ব ত্যাগ] |
দক্ষতা বিকাশ, উদ্যমশীলতা, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
১২ | শ্ৰী ছনৱাৰ লাল জাট [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
১৩ | কৰ্ণেল ৰাজ্যৱৰ্ধন সিং ৰাথোড় [ ![]() |
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)৷ |
১৪ | শ্ৰী ৰাজ কুমাৰ সিং [ ![]() |
শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী, নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
১৫ | শ্ৰী হৰদ্বীপ সিং পুৰী [ ![]() |
হাউচিং আৰু নগৰীকৰণ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী |
১৬ | শ্ৰী এলফ’নছ কান্নানথানাম [ ![]() |
পৰ্যটন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী৷ |
ৰাজ্যিক মন্ত্ৰী |
||
১ | শ্ৰী বিজয় গোৱেল [ ![]() |
সংসদীয় পৰিক্ৰমা মন্ত্ৰী, পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰী |
২ | শ্ৰী ৰাধাকৃষণ পি [ ![]() |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
৩ | শ্ৰী ফাগ্গান সিং কুলাষ্টি [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
৪ | শ্ৰী এছ.এছ আহলুৱালিয়া [ ![]() |
বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
৫ | শ্ৰী ৰমেশ চন্দপ্পা জিগাজিনাগী [ ![]() |
খোৱা পানী আৰু স্বচ্ছতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৬ | শ্ৰী ৰামদাস এটাৱালী [ ![]() |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৭ | শ্ৰী ৰাম কৃপাল যাদৱ [ ![]() |
গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৮ | শ্ৰী বিষ্ণু দেও ছাই [ ![]() |
তীখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৯ | শ্ৰী হংসৰাজ গংগাৰাম আহিৰ [ ![]() |
গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
১০ | শ্ৰী হৰিভাই পাৰাথিভাই চৌধাৰী [ ![]() |
খনিজ সম্পদ আৰু কয়লা মন্ত্ৰী |
১১ | শ্ৰী ৰাজেন গোঁহাই [ ![]() |
ৰে’লৱে ৰাজ্যিক মন্ত্ৰী |
১২ | ভি.কে সিং [ ![]() |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
১৩ | শ্ৰী পৰষোত্তম ৰুপালা [ ![]() |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
১৪ | শ্ৰী কৃষণ পাল [ ![]() |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
১৫ | শ্ৰী যশৱন্ত সিনহা সুমনভাই ভাবোৰ [ ![]() |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
১৬ | শ্ৰী শিৱ প্ৰতাপ শুক্লা [ ![]() |
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
১৭ | শ্ৰী অশ্বিনী কুমাৰ চৌবে [ ![]() |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
১৮ | শ্ৰী সুদৰ্শন ভগত [ ![]() |
জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
১৯ | শ্ৰী উপেন্দ্ৰ কুশৱাহা [ ![]() |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
২০ | ড০ সঞ্জীৱ কুমাৰ বাল্য [ ![]() |
জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
২১ | শ্ৰী কিৰেণ ৰিজিজু [ ![]() |
গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
২২ | ড০ বিৰেন্দ্ৰ কুমাৰ [ ![]() |
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যক মন্ত্ৰী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
২৩ | শ্ৰী অনন্ত কুমাৰ হেগড়ে [ ![]() |
দক্ষতা বিকাশ আৰু উদ্যমশীলতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
২৪ | শ্ৰী এম.জে আকবৰ [ ![]() |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
২৫ | ছাদভী নিৰঞ্জন জ্যোতি [ ![]() |
খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
২৬ | শ্ৰী ৱাই.এছ. চৌধাৰী [ ![]() |
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী৷ |
২৭ | শ্ৰী জয়ন্ত সিনহা [ ![]() |
অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
২৮ | শ্ৰী বাবুল সুপ্ৰিয়ো [ ![]() |
গধুৰ উদ্যোগ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
২৯ | শ্ৰী বিজয় ছাম্পলা [ ![]() |
সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩০ | শ্ৰী অৰ্জুন ৰাম মেঘৱাল [ ![]() |
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩১ | ড০ মহেন্দ্ৰ নাথ পাণ্ডে [০২.০৯.২০১৭ত দায়িত্ব ত্যাগ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩২ | শ্ৰী অজয় তামটা [ ![]() |
বস্ত্ৰশিল্প মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩৩ | শ্ৰীমতী কৃষ্ণ ৰাজ [ ![]() |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩৪ | শ্ৰী মনসুখ এল মান্দাভিয়া [ ![]() |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩৫ | শ্ৰীমতী অনুপ্ৰিয়া পেটেল [ ![]() |
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩৬ | শ্ৰী চি.আৰ চৌধাৰী [ ![]() |
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩৭ | শ্ৰী পি.পি চৌধাৰী [ ![]() |
আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, কৰ্প’ৰেট মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩৮ | ড০ সুভাষ ৰামৰাও ভাম্ৰে [ ![]() |
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৩৯ | শ্ৰী মোহনভাই কল্যাণজীভাই কাণ্ডাৰিয়া [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৪০ | শ্ৰী নিহাল চান্দ [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৪১ | (ড০)ৰাম শংকৰ কাথাৰিয়া [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৪২ | শ্ৰী মনসুখভাই ধঞ্জীভাই ভাছাভা [০৫.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৪৩ | শ্ৰী জি.এম. সিদ্ধেশ্বৰা [১২.০৭.২০১৬ত দায়িত্ব ত্যাগ] |
গধুৰ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৪৪ | শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট [ ![]() |
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
৪৫ | ড০ সত্য পাল সিং [ ![]() |
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰ্জীৱিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী |
প্ৰধানমন্ত্ৰী |
---|
(১৪.০৫.২০১৮ পৃষ্ঠাটো অন্তিমবাৰৰ বাবে আপডেট কৰা হৈছে)