প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ৬৩৭ কোটি টকাৰ আনুমানিক বাজেটেৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীক (এনডিআৰএফ)ক শক্তিশালী কৰাৰ উদ্দেশ্যে চাৰিটা অতিৰিক্ত বেটেলিয়ন অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনাইছে৷
বিৱৰণঃ
পৃষ্ঠভূমিঃ
এনডিআৰএফ হ’ল এক বিশেষ সুৰক্ষা যাক ২০০৬ চনত প্ৰাকৃতিক তথা মানৱ–সৃষ্ট দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সৃষ্টি কৰা হৈছিল৷ বৰ্তমান অৱস্থাত এনডিআৰএফত ১২টা বেটেলিয়ন আছে যি সমগ্ৰ দেশতে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে মোতায়েন কৰা হৈছে৷
*****
AKT/SH/MANN