ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰগতিৰ বাবে সামুদ্ৰিক খণ্ড আৰু বন্দৰসমূহ শক্তিশালী কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে দোহাৰে।
এটা এক্স পোষ্টত তেওঁ উল্লেখ কৰে –
“আজি ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত আমি ভাৰতৰ চহকী সামুদ্ৰিক ইতিহাস আৰু এই খণ্ডটোৱে ৰাষ্ট্ৰ নিৰ্মাণত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সুঁৱৰিছো।
ভাৰতৰ অগ্ৰগতিৰ উদ্দেশ্যে আমি সামুদ্ৰিক খণ্ড আৰু আমাৰ বন্দৰসমূহ শক্তিশালী কৰি যাম।”
***
MJPS/SR
Today, on National Maritime Day, we recall India’s rich maritime history and the role played by this sector in nation-building.
— Narendra Modi (@narendramodi) April 5, 2025
We will continue to strengthen the maritime sector and our ports for India’s progress. pic.twitter.com/a7VJ7yoa96