Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে সকলো ভোটদাতাক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ। এই দিৱস হৈছে আমাৰ স্পন্দনশীল গণতন্ত্ৰৰ উদযাপন, লগতে এই দিৱসে ইতিমধ্যে পঞ্জীয়নভুক্ত নোহোৱাসকলক একো-একোগৰাকী ভোটাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰে।

পুৱা ১১ বজাত মই নৱ মতদাতা সন্মিলনৰ কাৰ্য্যসূচী সম্বোধন কৰিম। ইয়াত সমগ্ৰ ভাৰতৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকল সমবেত হ’ব।”

***

DS/ST/SB
(Release ID: 1999407)