প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে আমাৰ পৰিয়ালৰ স্বাস্থ্যৰ বাবে এক বৃহৎ অভিযান আৰু ই জনসাধাৰণৰ অংশগ্ৰহণৰ ফলত সফল হ‘ব।
তেওঁ লগতে এই অভিযানৰ বিষয়ে তেওঁৰ মন কী বাতত উল্লেখ কৰা এটা ভিডিঅ‘ও শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
‘ৰাষ্ট্ৰীয় পোষণ মাহ‘ আমাৰ পৰিয়ালৰ লোকৰ উন্নত স্বাস্থ্যৰ বাবে এটা বৃহৎ পদক্ষেপ, যাক জন–অংশগ্ৰহণেহে সফল কৰিব। মন কী বাতত মই এই বিষয়ে চৰ্চা কৰিছিলোঁ যে কেনেকৈ কুপোষণ মুক্ত ভাৰতৰ বাবে দেশজুৰি ইটোতকৈ সিটো চৰা কেইবাটাও ব্যতিক্ৰমী প্ৰয়াস কৰি থকা হৈছে…
‘राष्ट्रीय पोषण माह’ हमारे परिवारजनों के बेहतर स्वास्थ्य के लिए एक बड़ी पहल है, जिसे जनभागीदारी ही सफल बनाएगी। मन की बात में मैंने इस बारे में चर्चा की थी कि कैसे कुपोषण मुक्त भारत के लिए देशभर में एक से बढ़कर एक कई अनूठे प्रयास किए जा रहे हैं… https://t.co/lz64iJcPDJ https://t.co/a9d485ePmS
— Narendra Modi (@narendramodi) September 1, 2023
**********