Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰসংঘ দিবস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘ দিবস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত তেওঁ কয়, “ৰাষ্ট্ৰসংঘ দিবসৰ শুভেচ্ছা জনাইছোঁ। বিশ্ব শান্তি প্ৰতিষ্ঠা আৰু ইয়াৰ তত্বাৱধানত হোৱা বিস্তৃত কাম-কাজৰ প্ৰচাৰত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰচেষ্টাৰ আমি শলাগ লৈছোঁ।”

***

AKT/SH/DB