ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী প্ৰবোও চুবিয়েন্তোক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ইণ্ডোনেছিয়া হৈছে আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ মূল প্ৰসংগ আৰু ভাৰতে ইণ্ডোনেছিয়াৰ ‘ব্ৰিকছ’-সদস্য পদক আদৰণি জনাইছে।
‘এক্স’-ত প্ৰেৰণ কৰা এলানি ‘পোষ্ট’ত শ্ৰী মোদীয়ে লিখিছে:
“ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েণ্টোক আদৰণি জনাই ভাৰতে সন্মানিত বোধ কৰিছে।
যেতিয়া আমি আমাৰ প্ৰথম গণতন্ত্ৰ দিৱস উদযাপন কৰিছিলো ইণ্ডোনেছিয়া অতিথি ৰাষ্ট্ৰ আছিল আৰু এতিয়া, যেতিয়া আমি গণৰাজ্য হিচাপে ভাৰতে ৭৫টা বছৰ উদপানৰ বাবে আগবাঢ়িছো ৰাষ্ট্ৰপতি চুবিয়ান্তোৱে এই উদযাপনত অংশগ্ৰহণ কৰিব। আমি ভাৰত-ইণ্ডোনেছিয়া ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিছোঁ।
@prabowo”
“আমি নিৰাপত্তা, প্ৰতিৰক্ষা নিৰ্মাণ, বাণিজ্য, ফিনটেক, এআই আদি ক্ষেত্ৰসমূহত ভাৰত-ইণ্ডোনেছিয়াৰ সম্পৰ্ক গভীৰ কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰিছোঁ। খাদ্যসুৰক্ষা, শক্তি আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে খণ্ডবোৰো এনে ক্ষেত্ৰ য’ত আমি ঘনিষ্ঠভাৱে কাম কৰাৰ বাবে আশাবাদী।”
“ভাৰত আৰু ইণ্ডোনেছিয়াই বিভিন্ন বহুপাক্ষিক মঞ্চসমূহতো ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আছে। ইণ্ডোনেছিয়া আমাৰ ‘এক্ট ইষ্ট নীতি’ৰ মূল বিষয় আৰু আমি ইণ্ডোনেছিয়াৰ ‘ব্ৰিকছ’ৰ সদস্য পদক আদৰণি জনাইছোঁ।”
India is honoured to welcome President Prabowo Subianto.
When we marked our first Republic Day, Indonesia was the guest nation and now, when we are marking 75 years of India being a Republic, President Subianto will be attending the celebrations. We discussed various aspects of… pic.twitter.com/8YiWA8zlQb
— Narendra Modi (@narendramodi) January 25, 2025
***
MJPS/SR/KB

We discussed ways to deepen India-Indonesia relations in areas such as security, defence manufacturing, trade, FinTech, AI and more. Sectors like food security, energy and disaster management are also areas where we look forward to working closely. pic.twitter.com/wyYcSPtuYr
— Narendra Modi (@narendramodi) January 25, 2025
India and Indonesia are closely cooperating in various multilateral platforms as well. Indonesia is at the core of our Act East Policy and we welcome Indonesia’s BRICS membership.
— Narendra Modi (@narendramodi) January 25, 2025