Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাম নৱমীত ৰাইজক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম নৱমীৰ শুভ উপলক্ষত সকলোকে শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভগৱান ৰামচন্দ্ৰৰ জীৱনে যুগে-যুগে প্ৰেৰণা যোগাই থাকিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

“ৰাম নৱমীৰ শুভক্ষণত সমূহ দেশবাসীলৈ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ত্যাগ, তপস্যা, সংযম আৰু সংকল্প আধাৰিত মৰ্য্যাদা পুৰুষোত্তম ভগৱান ৰামচন্দ্ৰৰ জীৱনে যুগে-যুগে মানৱ জাতিক প্ৰেৰণা যোগাই থাকিব।”

***

DS/AK/SB