প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰে।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে উল্লেখ কৰে;
“ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ সভাপতি শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজৰ সুস্বাস্থ্য আৰু দ্ৰুত আৰোগ্যৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ। তেওঁৰ শিক্ষা আৰু আধ্যাত্মিক মাৰ্গদৰ্শন বহুতৰ বাবে আশাৰ কিৰণ আৰু আমাৰ সমাজৰ আধ্যাত্মিক বিকাশ আৰু কল্যাণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম।“
I pray for the good health and speedy recovery of the President of Ramakrishna Math and Ramakrishna Mission, Srimat Swami Smaranananda ji Maharaj. His teachings and spiritual guidance are a beacon of light for many, and his contributions to our society’s spiritual growth and…
— Narendra Modi (@narendramodi) March 4, 2024
***************
DS/ST/KG
I pray for the good health and speedy recovery of the President of Ramakrishna Math and Ramakrishna Mission, Srimat Swami Smaranananda ji Maharaj. His teachings and spiritual guidance are a beacon of light for many, and his contributions to our society's spiritual growth and…
— Narendra Modi (@narendramodi) March 4, 2024