Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ৰাজ্য গঠন দিৱস’ উপলক্ষে নাগালেণ্ডবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভকামন


‘ৰাজ্য গঠন দিৱস’ উপলক্ষে নাগালেণ্ডবাসীলৈ শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

‘ৰাজ্য গঠন দিৱস’ উপলক্ষে নাগালেণ্ডবাসীলৈ শুভকামনা জনাইছোঁ। সাহস, কঠোৰ পৰিশ্ৰম আৰু প্ৰকৃতিৰ সৈতে সহাৱস্থানৰে জীৱন-যাপনত গুৰুত্ব দি অহা নাগালেণ্ডৰ সংস্কৃতিক লৈ ভাৰতে সদায়ে গৌৰৱবোধ কৰি আহিছে। আগন্তুক বছৰবোৰত নাগালেণ্ডৰ নিৰন্তৰ সফলতাৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ”।

 

***

DS/ST/KB