প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডবাসীক ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে নাগা সংস্কৃতি ইয়াৰ কৰ্তব্যনিষ্ঠা আৰু সহানুভূতিশীলতাৰ ভাৱনাৰ বাবে জনাজাত।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
“ৰাজ্যৰ মৰ্যাদা দিৱস’ উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণলৈ শুভেচ্ছা জনাইছোঁ। নাগালেণ্ড ইয়াৰ সমৃদ্ধ সংস্কৃতি আৰু ৰাজ্যখনৰ লোকসকলৰ আশ্চৰ্যকৰ প্ৰকৃতিৰ বাবে ব্যাপকভাৱে প্ৰশংসিত। নাগা সংস্কৃতি কৰ্তব্যনিষ্ঠা আৰু সহানুভূতিশীলতাৰ মনোভাৱৰ বাবে জনাজাত। আগন্তুক সময়ত নাগালেণ্ডৰ নিৰন্তৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।”
Greetings to the people of Nagaland on their Statehood Day. Nagaland is widely admired for its rich culture and the wonderful nature of people belonging to the state. Naga culture is known for its spirit of duty and compassion. Praying for Nagaland’s continuous progress in the…
— Narendra Modi (@narendramodi) December 1, 2024
***
MJPS/SR/KB