Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজা পৰ্ব মহোৎসৱ উপলক্ষে ওড়িশাবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজা পৰ্বৰ বিশেষ মহোৎসৱ উপলক্ষে ওড়িশাবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত তেওঁ কয়, “ৰাজা পৰ্বৰ বিশেষ মহোৎসৱ উপলক্ষে বহুত বহুত শুভেচ্ছা জনাইছো৷ এই মহোৎসৱে যাতে সমাজৰ আনন্দ আৰু ভাতৃত্ববোধৰ মনোভাৱক শক্তিশালী কৰে, তাকে কামনা কৰিলো৷ মই মোৰ শ্ৰদ্ধাৰ নাগৰিকসকলৰ সু-স্বাস্থ্য আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছো৷”

****

VRRK/SH/DB