ৰাছিয়ান ফেডাৰেচনৰ নিৰাপত্তা পৰিষদৰ সচিব শ্ৰী নিকোলাই পাত্ৰুছেভে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
***
DS/LP/MS