প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়ানৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা ভ্লাদিমিৰ পুটিনক অভিনন্দন জ্ঞাপন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে আগন্তুক বছৰবোৰত ভাৰত আৰু ৰাছিয়াৰ মাজত সময়ানুৱৰ্তী আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰাত গুৰুত্ব আৰোপ কৰে৷
টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়,
“ৰাছিয়ানৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱা ভ্লাদিমিৰ পুটিনক উষ্ম অভিনন্দন জ্ঞাপন কৰিছো৷ আগন্তুক বছৰবোৰত ভাৰত আৰু ৰাছিয়াৰ মাজত সময়ানুৱৰ্তী আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ আগ্ৰহী হৈ আছো।”
Warm congratulations to H.E. Mr. Vladimir Putin on his re-election as the President of the Russian Federation. Look forward to working together to further strengthen the time-tested Special & Privileged Strategic Partnership between India and Russia in the years to come.…
— Narendra Modi (@narendramodi) March 18, 2024
*****
DS/TS/DB