Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰথ যাত্ৰা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰথ যাত্ৰা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ৰথ যাত্ৰাৰ বিশেষ ক্ষণত সকলোকে শুভেচ্ছা জনাইছো৷ আমি প্ৰত্যেকৰে সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধি কামনাৰে প্ৰভূ জগন্নাথৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আশীৰ্বাদ বিচাৰিছো৷ জয় জগন্নাথ৷

***

AKT/SH/DB