Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৩৭০ আৰু ৩৫ (ক) অনুচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ লেখা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৭০ আৰু ৩৫ (ক) অনুচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দান সন্দৰ্ভত এটা লেখা লিখিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“৩৭০ আৰু ৩৫ (ক) অনুচ্ছেদক লৈ কালি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানে সাংবিধানিক সংহতিৰ বৰ্ধন ঘটাইছে। ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ জনসাধাৰণৰ মাজৰ বান্ধোনো অধিক সুদৃঢ় হৈছে। মই বিষয়টো সম্পৰ্কে অলপ চিন্তা ব্যক্ত কৰিছোঁ।”

https://www.narendramodi.in/sc-verdict-on-article-370-has-strengthened-the-spirit-of-ek-bharat-shreshtha-bharat

***

DS/SB