প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ জুলাইৰ পুৱা ১১ বজাত ‘মন কি বাত’ৰ জুলাইৰ সংস্কৰণ শুনিবৰ বাবে সকলো নাগৰিককে আমন্ত্ৰণ জনাইছে।
প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ পুস্তিকাৰ জুন সংস্কৰণটো ভাগ বতৰা কৰে য’ত মহাকাশত ভাৰতৰ প্ৰগতি, ক্ৰীড়া ক্ষেত্ৰত গৌৰৱ, ৰথ যাত্ৰা আদি বিষয়সমূহ সামৰি লোৱা হৈছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
“মই আপোনালোক সকলোকে কাইলৈ, ৩১ জুলাইৰ পুৱা ১১ বজাত এই মাহৰ #MannKiBaat শুনিবলৈ আমন্ত্ৰণ জনাইছোঁ।
লগতে যোৱা মাহৰ আকৰ্ষণীয় বিষয় যেনে মহাকাশত ভাৰতৰ পদক্ষেপ, ক্ৰীড়া ক্ষেত্ৰত গৌৰৱ, ৰথ যাত্ৰা আদি সামৰি এখন পুস্তিকা ভাগ বতৰা কৰা হৈছে।”
***
DS/TS/KG
I invite you all to tune-in to this month's #MannKiBaat tomorrow, 31st July at 11 AM.
— Narendra Modi (@narendramodi) July 30, 2022
Also sharing a booklet covering the interesting topics from last month such as India's strides in space, glory on the sports field, Rath Yatra and more. https://t.co/1fJG1vbjnJ