প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুব লাডাখৰ ডেমজোকৰ সমীপৰ ডুংগতি গাঁৱৰ জনতাই -৩০ডিগ্ৰী চেণ্টিগ্ৰেডটো টেপযোগে পানী লাভ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে৷
সাংসদ জামীয়াং ছেৰিং নামগিয়ালৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে লিখে;
“ডুংগতিৰ জনতাক অভিনন্দন জনাইছো৷ আমি হৰ ঘৰ জলৰ সপোন পূৰণ কৰাৰ বাবে দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ৷”
Congratulations to the people of Dungti! We are strongly committed to fulfilling the vision of providing Har Ghar Jal. https://t.co/FfAtNPrINY
— Narendra Modi (@narendramodi) February 11, 2023