Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৩ আগষ্টত ১০ বিলিয়ন ইউপিআই লেন-দেন অতিক্ৰমক শলাগ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৩ৰ আগষ্টত ১০ বিলিয়ন ইউপিআই লেন-দেন অতিক্ৰমক শলাগ লয়।

এনপিচিআইৰ এটি প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে Xত এইদৰে প’ষ্ট কৰে

“এয়া অসাধাৰণ খবৰ! ই ভাৰতৰ ডিজিটেল অগ্ৰগতিৰ সাক্ষ্য। অনাগত সময়তো এই ধাৰা অব্যাহত থাকে যেন।”

This is exceptional news! It is a testament to the people of India embracing digital progress and a tribute to their skills. May this trend continue in the times to come. https://t.co/MrXpYbg5Cd

— Narendra Modi (@narendramodi) September 1, 2023

 

 

***