প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ‘২০২৪-২৫ বৰ্ষৰ বিপণন ঋতু’ৰ বাবে সকলো বাধ্যতামূলক খৰিফ শস্যৰ বাবে ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি) বৃদ্ধিৰ প্ৰস্তৱলৈ অনুমোদন জনাইছে।
চৰকাৰে ‘২০২৪-২৫ বৰ্ষৰ বিপণন ঋতু’ৰ বাবে খৰিফ শস্যৰ এমএছপি বৃদ্ধি কৰিছে যাতে উৎপাদকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে লাভজনক মূল্য নিশ্চিত কৰিব পৰা যায়। তৈলবীজ আৰু মাহজাতীয় শস্য যেনে- ৰামতিল (প্ৰতি কুইন্টালত ৯৮৩/- টকা) আৰু তিল (প্ৰতি কুইন্টালত ৬৩২/- টকা) আৰু মচুৰ/ৰহৰ (প্ৰতি কুইন্টালত ৫৫০/- টকা)আদিৰ দৰে সামগ্ৰীৰ ক্ষেত্ৰত ‘এমএছপি’-ৰ আগৰ বছৰৰ তুলনাত সৰ্বাধিক বৃদ্ধিৰ পৰামৰ্শ দিয়া হৈছে।
‘বিপণন ঋতু ২০২৪-২৫’ ৰ বাবে সকলো খৰিফ শস্যৰ ‘ন্যূনতম সমৰ্থন মূল্য’
টকা প্ৰতি কুইণ্টল হিচাপত
খাদ্যশস্য |
|
||||||
|
|
|
|
|
|
||
ধান |
সাধাৰণ |
2300 |
1533 |
50 |
2183 |
117 |
|
গ্ৰেড এ^ |
2320 |
– |
– |
2203 |
117 |
|
|
জোৱাৰ |
হাইব্ৰীড |
3371 |
2247 |
50 |
3180 |
191 |
|
মালান্দি” |
3421 |
– |
– |
3225 |
196 |
|
|
বাজ্ৰা |
2625 |
1485 |
77 |
2500 |
125 |
|
|
ৰাগী |
4290 |
2860 |
50 |
3846 |
444 |
|
|
মাকৈ |
2225 |
1447 |
54 |
2090 |
135 |
|
|
মাহ |
|
|
|
|
|
|
|
মচুৰ/ৰহৰ |
7550 |
4761 |
59 |
7000 |
550 |
|
|
মগু |
8682 |
5788 |
50 |
8558 |
124 |
|
শস্য | এমএছপি ২০২৪-২৫ | ব্যয়* কেএমএছ২০২৪-২৫ | ব্যয়তকৈ লাভৰ ব্যৱধান (%) | এমএছপি ২০২৩-২৪ |
২০২৩-২৪ তকৈ ২০২৪-২৫ চনত
এমএছপি বৃদ্ধি |
---|
শস্য |
এমএছপি ২০২৪-২৫ |
ব্যয়* কেএমএছ |
ব্যয়তকৈ লাভৰ ব্যৱধান (%) |
এমএছপি ২০২৩-২৪ |
২০২৩-২৪ তকৈ ২০২৪-২৫ চনত এমএছপি বৃদ্ধি |
|
|
|
|
|
|||
মাটিমাহ |
7400 |
4883 |
52 |
6950 |
450 |
|
তৈলবীজ |
|
|
|
|
|
|
বাদাম |
6783 |
4522 |
50 |
6377 |
406 |
|
বেলিফুলৰ গুটি |
7280 |
4853 |
50 |
6760 |
520 |
|
চয়াবীন (হালধীয়া) |
4892 |
3261 |
50 |
4600 |
292 |
|
তিল |
9267 |
6178 |
50 |
8635 |
632 |
|
ৰাম তিল |
8717 |
5811 |
50 |
7734 |
983 |
|
বাণিজ্যিক |
|
|
|
|
|
|
কপাহ |
(মধ্যমীয়া আঁহ) |
7121 |
4747 |
50 |
6620 |
501 |
(দীঘল আঁহ) |
7521 |
– |
– |
7020 |
501 |
*ব্যয়ৰ অৰ্থ হৈছে সকলো পৰিশোধ কৰা ব্যয় যেনে- মানৱ শ্ৰমিক, গৰুৰ শ্ৰম/যন্ত্ৰৰ শ্ৰম, ভূমিৰ বাবদ দিয়া ভাড়া, বীজ, ৰাসায়নিক সাৰ, পচনসাৰ, জলসিঞ্চনৰ মাচুল, সা-সঁজুলি আৰু খেতিৰ ভৱনৰ মূল্য হ্ৰাস, কাৰ্যকৰী মূলধনৰ ওপৰত সূত, পাম্প ছেট পৰিচালনাৰ বাবে ডিজেল/বিদ্যুৎ আদিৰ খৰছকে ধৰি বিবিধ ব্যয় আৰু পাৰিবাৰিক শ্ৰমৰ মূল্য।
ধান (গ্ৰেড এ), জোৱাৰ (মালদাণ্ডি) আৰু কপাহ (দীঘল আঁহ)ৰ বাবে ব্যয় তথ্য পৃথকে সংকলিত কৰা নহয়
‘বিপণন ঋতু ২০২৪-২৫’ৰ বাবে খৰিফ শস্যৰ ‘এমএছপি’ৰ বৃদ্ধি কেন্দ্ৰীয় বাজেট ২০১৮-১৯ৰ সৈতে সামঞ্জস্যপূৰ্ণ, সৰ্বভাৰতীয় ওজনযুক্ত উৎপাদন ব্যয়ৰ কমেও ১.৫ গুণ স্তৰত ‘এমএছপি’ নিৰ্ধাৰণ কৰাৰ ঘোষণাৰ সৈতে সামঞ্জস্যপূৰ্ণ, বাজ্ৰাৰ ক্ষেত্ৰত কৃষকসকলৰ উৎপাদন ব্যয়তকৈ প্ৰত্যাশিত ব্যৱধান সৰ্বাধিক হ’ব বুলি অনুমান কৰা হৈছে (৭৭%) আৰু তাৰ পিছতে আছে মচুৰ ৫৯%), মাকৈ (৫৪%) আৰু মাটিমাহ (৫২%)। বাকী শস্যৰ বাবে এইবোৰৰ উৎপাদন ব্যয়তকৈ কৃষকসকলক আদায় দিব লগা ব্যৱধান ৫০% হ’ব বুলি অনুমান কৰা হৈছে।
শেহতীয়া বছৰবোৰত চৰকাৰে এই শস্যবোৰৰ বাবে অধিক ‘এমএছপি’ প্ৰদান কৰি শস্য যেনে মাহজাতীয় শস্য, আৰু নিউট্ৰি-চিৰিয়েল/ শ্ৰী অন্নৰ বাহিৰেও অন্য শস্যৰ খেতিক উত্সাহিত কৰি আহিছে।
‘খৰিফ বিপণন ঋতু’ৰ অধীনত সামৰা ১৪বিধ শস্যৰ বাবে ২০০৩-০৪ ৰ পৰা ২০১৩-১৪ বৰ্ষলৈ ‘এমএছপি’ৰ ‘ন্যূনতম সম্পূৰ্ণ বৃদ্ধি’ আছিল বাজ্ৰাৰ বাবে প্ৰতি কুইন্টালত ৭৪৫/- টকা আৰু মগুৰ বাবে ‘সৰ্বাধিক সম্পূৰ্ণ বৃদ্ধি’ আছিল ৩,১৩০/- টকা প্ৰতি কুইন্টাল, আনহাতে ২০১৩-১৪ ৰ পৰা ২০২৩-২৪ বৰ্ষলৈ মাকৈৰ বাবে ‘এমএছপি’-ৰ ‘ন্যূনতম সম্পূৰ্ণ বৃদ্ধি’ আছিল ৭৮০/- টকা প্ৰতি কুইন্টাল আৰু ৰাম তিলৰ বাবে সৰ্বাধিক বৃদ্ধি প্ৰতি কুইন্টালত ৪,২৩৪/- টকা। সবিশেষ ‘পৰিশিষ্ট-১’-ত উল্লেখ কৰা হৈছে।
২০০৪-০৫ ৰ পৰা ২০১৩-১৪ বৰ্ষলৈ ‘খৰিফ বিপণন ঋতু’ৰ অধীনত সামৰা ১৪ বিধ শস্য ক্ৰয়ৰ পৰিমাণ আছিল ৪,৬৭৫.৯৮ লাখ মেট্ৰিক টন (এলএমটি) আনহাতে ২০১৪-১৫ ৰ পৰা ২০২৩-২৪ বৰ্ষলৈ এই শস্যবোৰৰ ক্ৰয়ৰ পৰিমাণ আছিল ৭,১০৮.৬৫ এলএমটি। বছৰ অনুসৰি বিৱৰণসমূহ ‘পৰিশিষ্ট-২’-ত উল্লেখ কৰা হৈছে।
২০২৩-২৪ বৰ্ষৰ উৎপাদনৰ তৃতীয় আগতীয়া প্ৰকলন অনুসৰি দেশত মুঠ খাদ্যশস্য উৎপাদন ৩২৮৮.৬ লাখ মেট্ৰিক টন (এলএমটি) হ’ব বুলি অনুমান কৰা হৈছে, আৰু তৈলবীজৰ উৎপাদন ৩৯৫.৯ এলএমটি স্পৰ্শ কৰিছে। ২০২৩-২৪ বৰ্ষত, চাউল, মাহজাতীয় শস্য, তৈলবীজ আৰু নিউট্ৰি-চিৰিয়েল/শ্ৰী অন্ন আৰু কপাহৰ খৰিফ উৎপাদন ক্ৰমে ১১৪৩.৭ এলএমটি, ৬৮.৬ এলএমটি, ২৪১.২ এলএমটি, ১৩০.৩ এলএমটি আৰু ৩২৫.২ লাখ বেল হ’ব বুলি অনুমান কৰা হৈছে।
পৰিশিষ্ট-১ টকা প্ৰতি কুইণ্টল হিচাপত
শস্য |
এমএছপি ২০০৩-০৪ |
এমএছপি ২০১৩-১৪ |
এমএছপি ২০২৩-২৪ |
এমএছপি বৃদ্ধি . |
২০১৩-১৪ তকৈ ২০২৩-২৪ চনত এমএছপি বৃদ্ধি |
|
|
খাদ্যশস্য |
|
||||||
A |
B |
C |
D=B-A |
E=C-B |
|
||
ধান |
সাধাৰণ |
550 |
1310 |
2183 |
760 |
873 |
|
গ্ৰেড এ^ |
580 |
1345 |
2203 |
765 |
858 |
|
|
জোৱাৰ |
হাইব্ৰীড |
505 |
1500 |
3180 |
995 |
1680 |
|
মালদাণ্ডিএ |
– |
1520 |
3225 |
|
1705 |
|
|
বাজ্ৰা |
505 |
1250 |
2500 |
745 |
1250 |
|
|
ৰাগী |
505 |
1500 |
3846 |
995 |
2346 |
|
|
মাকৈ |
505 |
1310 |
2090 |
805 |
780 |
|
|
মাহ |
|
|
|
|
|
|
|
মচুৰ /ৰহৰ |
1360 |
4300 |
7000 |
2940 |
2700 |
|
|
মগু |
1370 |
4500 |
8558 |
3130 |
4058 |
|
|
মাটিমাহ |
1370 |
4300 |
6950 |
2930 |
2650 |
|
|
তৈলবীজ |
|
|
|
|
|
|
|
বাদাম |
1400 |
4000 |
6377 |
2600 |
2377 |
|
|
বেলিফুলৰ গুটি |
1250 |
3700 |
6760 |
2450 |
3060 |
|
|
চয়াবীন (হালধীয়া) |
930 |
2560 |
4600 |
1630 |
2040 |
|
|
তিল |
1485 |
4500 |
8635 |
3015 |
4135 |
|
|
ৰামতিল |
1155 |
3500 |
7734 |
2345 |
4234 |
|
|
|
|
বাণিজ্যিক |
|
|
|
|
|
কপাহ |
(মধ্যমীয়া আঁহ) |
1725 |
3700 |
6620 |
1975 |
2920 |
|
(দীঘ আঁহ)” |
1925 |
4000 |
7020 |
2075 |
3020 |
|
পৰিশিষ্ট-২
খৰিফ শস্য ২০০৪-০৫ ৰ পৰা ২০১৩-১৪লৈ আৰু ২০১৪-১৫ৰ পৰা ২০২৩-২৪ লৈ ক্ৰয় কৰা পৰিমাণ।
লাখ মেট্ৰিক টন হিচাপত
শস্য |
২০০৪-০৫ ৰ পৰা ২০১৩-১৪লৈ |
২০১৪-১৫ৰ পৰা ২০২৩-২৪ লৈ |
|
খাদ্যশস্য |
|
||
A |
B |
|
|
ধান |
4,590.39 |
6,914.98 |
|
জোৱাৰ |
1.92 |
5.64 |
|
বাজ্ৰা |
5.97 |
14.09 |
|
ৰাগী |
0.92 |
21.31 |
|
মাকৈ |
36.94 |
8.20 |
|
মাহ |
|
|
|
মচুৰ /ৰহৰ |
0.60 |
19.55 |
|
মগু |
0.00 |
1 |
|
মাটিমাহ |
0.86 |
8.75 |
|
তৈলবীজ |
|
|
|
বাদাম |
3.45 |
32.28 |
|
বেলিফুলৰ গুটি |
0.28 |
|
|
চয়াবীন (হালধীয়া) |
0.01 |
1.10 |
|
তিল |
0.05 |
0.03 |
|
ৰামতিল |
0.00 |
0.00 |
|
বাণিজ্যিক |
|
|
|
কপাহ |
34.59
|
63.41 |
|
মুঠ |
4,675.98 |
7,108.65 |
|
*****
DS/KB
देशभर के अपने किसान भाई-बहनों के कल्याण के लिए हमारी सरकार निरंतर अहम कदम उठा रही है। इसी दिशा में आज कैबिनेट ने वर्ष 2024-25 के लिए सभी प्रमुख खरीफ फसलों के न्यूनतम समर्थन मूल्य में वृद्धि को मंजूरी दी है। https://t.co/uCHvv36mtn
— Narendra Modi (@narendramodi) June 19, 2024