মহামহিম,
আপোনাক লগ পাই মই আনন্দিত হৈছো। আৰু আপুনি কোৱাৰ দৰে আমি ৫ বছৰৰ পিছত আনুষ্ঠানিকভাৱে বৈঠকত মিলিত হৈছো। আমি বিশ্বাস কৰোঁ যে ভাৰত-চীন সম্পৰ্কৰ গুৰুত্ব কেৱল আমাৰ জনসাধাৰণৰ বাবেই নহয়, বিশ্ব শান্তি, সুস্থিৰতা আৰু প্ৰগতিৰ বাবেও ই অত্যন্ত গুৰুত্বপূৰ্ণ।
মহামহিম,
পাৰস্পৰিক বিশ্বাস, পাৰস্পৰিক সন্মান, আৰু পাৰস্পৰিক সংবেদনশীলতা আমাৰ সম্পৰ্কৰ ভিত্তি হৈ থাকিব লাগে।আজি আমি এই সকলোবোৰ বিষয় আলোচনা কৰাৰ সুযোগ পাইছো। মোৰ বিশ্বাস যে আমি মুকলি মনেৰে কথা পাতিম, আৰু আমাৰ আলোচনা গঠনমূলক হ’ব।
ধন্যবাদ।
***
MJPS/SR/MS
Met President Xi Jinping on the sidelines of the Kazan BRICS Summit.
— Narendra Modi (@narendramodi) October 23, 2024
India-China relations are important for the people of our countries, and for regional and global peace and stability.
Mutual trust, mutual respect and mutual sensitivity will guide bilateral relations. pic.twitter.com/tXfudhAU4b