দেশৰ নাগৰিকক বিভিন্ন সেৱা ডিজিটেলযোগে প্ৰদান কৰিব পৰাকৈ ২০১৫ চনৰ ১ জুলাই তাৰিখে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এই পৰ্যন্ত ই এক অতি সফল কাৰ্যসূচী বুলি প্ৰমাণিত হৈছে।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী সম্প্ৰসাৰণৰ বাবে যাৱতীয় অনুমোদন জনায়। ইয়াৰ বাবে মুঠ ব্যয় ধাৰ্য্য কৰা হৈছে ১৪,৯০৩ কোটি টকা।
এই সম্প্ৰসাৰণ কাৰ্যসূচীয়ে নিম্নলিখিত দিশবোৰক সক্ৰিয় কৰি তুলিব:
আজিৰ ঘোষণাই ভাৰতৰ ডিজিটেল অৰ্থনীতিক এক ব্যাপক উত্থান প্ৰদান কৰিব, সেৱাসমূহৰ ডিজিটেল প্ৰৱেশৰ ক্ষেত্ৰত সহায় কৰিব, আৰু ভাৰতৰ তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক্স পৰিৱেশ তন্ত্ৰক সমৰ্থন কৰিব।
***
Today’s Cabinet decision on the expansion of the Digital India programme is a testament to our commitment towards a technologically empowered India.
— Narendra Modi (@narendramodi) August 16, 2023
It will boost our digital economy, provide better access to services and strengthen our IT ecosystem. https://t.co/DKMSpngdSj https://t.co/vYz6kBk3BD