প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তী কণ্ঠশিল্পী মহম্মদ ৰফী চাহাবৰ শততম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে মহম্মদ ৰফী চাহাবক সংগীতৰ এনে এক অবিস্মৰণীয় প্ৰতিভা, যাৰ সাংস্কৃতিক প্ৰভাৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আচ্ছন্ন কৰি ৰাখিছে।
প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত তেওঁৰ এটা এক্স পোষ্ট উল্লেখ কৰিছে –
“কিংবদন্তী মহম্মদ ৰফি চাহাবক তেওঁৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছো। তেওঁ আছিল সংগীতৰ এনে এক প্ৰতিভা যাৰ সাংস্কৃতিক প্ৰভাৱে প্ৰজন্মৰ পিছত প্ৰজন্মক আচ্ছন্ন কৰি ৰাখিছে। ৰফী চাহাবৰ গীতসমূহ ভিন্নসুৰী আৱেগ বহন কৰি ৰখাৰ অদ্ভূত আবেদনৰ বাবে প্ৰশংসিত। তেওঁৰ বহুমুখী পাৰদৰ্শিতাও আছিল বিস্তৃত। তেওঁৰ সংগীতে মানুহৰ জীৱনত চিৰকাল আনন্দ বিলাই যাওক!”
Remembering the legendary Mohammed Rafi Sahab on his 100th birth anniversary. He was a musical genius whose cultural influence and impact transcends generations. Rafi Sahab’s songs are admired for their ability to capture different emotions and sentiments. His versatility was…
— Narendra Modi (@narendramodi) December 24, 2024
***
MJPS/VJ
Remembering the legendary Mohammed Rafi Sahab on his 100th birth anniversary. He was a musical genius whose cultural influence and impact transcends generations. Rafi Sahab's songs are admired for their ability to capture different emotions and sentiments. His versatility was…
— Narendra Modi (@narendramodi) December 24, 2024