Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হৰিহৰণে কণ্ঠদান কৰা ‘সবনে তুমহে পুকাৰা শ্ৰী ৰাম জী’ শীৰ্ষক ভক্তিমূলক ভজন শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদয় মজুমদাৰে সংগীত কৰা হৰিহৰণে গোৱা ভক্তিমূলক ভজন “সবনে তুমহে পুকাৰা শ্ৰী ৰাম জী” শ্বেয়াৰ কৰে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“হৰিহৰণ জীৰ বিস্ময়কৰ সুৰেৰে সজোৱা এই ৰাম ভজনে সকলোকে ভগৱান শ্ৰীৰামৰ ভক্তিত নিমজ্জিত কৰিব৷ আপোনালোকেও এই সুন্দৰ ভজনটো উপভোগ কৰক৷ #ShriRamBhajan”

*********

DS/ST/DB