Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হিৰোছিমা শান্তি স্মাৰক সংগ্ৰহালয় ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

হিৰোছিমা শান্তি স্মাৰক সংগ্ৰহালয় ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিৰোছিমাত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত অন্যান্য নেতাসকলৰ সৈতে শান্তি স্মাৰক সংগ্ৰহালয় পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে সংগ্ৰহালয়ত থকা ‘ভিজিটৰছ বুক’ত স্বাক্ষৰ কৰে। নেতাসকলে পাৰমাণৱিক বোমাৰ আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ আত্মাৰ সদগতিৰ অৰ্থে চেনোটাফত পুষ্পাঞ্জলি অৰ্পণ কৰে।

 

***