Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷

টুইটাৰত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“মোৰ পৰিয়ালৰ সকলোকে হিন্দী দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো৷ আশা কৰিছো হিন্দী ভাষাই ৰাষ্ট্ৰীয় একতা আৰু সদ্ভাৱনাৰ এনাজৰীডাল, যাতে সদায় শক্তিশালী কৰি ৰাখে৷”

*****