Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্ব-ৰচিত এটি গৰ্বা গীত শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পুৱাৰ ভাগত এক গৰ্বা শ্বেয়াৰ কৰে, যিটো তেওঁ যোৱা সপ্তাহত ৰচনা কৰিছিল।

গীতটিৰ সংগীত আৰু কণ্ঠ মিট ব্ৰাদাৰ্ছ আৰু দিব্যা কুমাৰৰ।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;

“পৱিত্ৰ নৱৰাত্ৰিৰ শুভ ক্ষণত, যোৱা সপ্তাহত মই ৰচনা কৰা এটি গৰ্বা শ্বেয়াৰ কৰিবলৈ পাই মই আনন্দিত। উৎসৱৰ ৰঙেৰে সকলোকে আনন্দিত হ’বলৈ দিয়ক! 

 

এই গৰ্বাত কণ্ঠ আৰু সংগীত দিয়াৰ বাবে মই @MeetBros দিব্যা কুমাৰক ধন্যবাদ জনাইছোঁ।

 

https://www.youtube.com/watch?v=0b9TSAvBVDw

 

 

*************************

DS/ST/KG