প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান স্কোৱাছ মিক্সড ডাবলছ টীমৰ সদস্য দীপিকা পাল্লিকাল আৰু সান্ধু হৰিন্দাৰক স্বৰ্ণ পদক আৰু অনাহত সিং আৰু অভয় সিঙে ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“ভাৰতৰ বাবে গৌৰৱৰ ক্ষণ, কিয়নো এছিয়ান স্কোৱাছ মিক্সড ডাবলছ প্ৰতিযোগিতা দীপিকা পাল্লিকাল আৰু সান্ধু হৰিন্দাৰক স্বৰ্ণ পদক আৰু অনাহত সিং আৰু অভয় সিঙে ব্ৰঞ্জৰ পদক দখলেৰে সামৰণী মাৰিলে। অনবদ্য প্ৰদৰ্শনৰ আমাৰ খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিলো। ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালোঁ।”
Proud moment for India as our team concludes the Asian Squash Mixed Doubles with a Gold Medal for @DipikaPallikal & @sandhu_harinder
and Bronze for @anahatsingh_13 & @abhaysinghk98. Congrats to our players on their outstanding performance! All the best for future endeavours. pic.twitter.com/fhbw52nOsG— Narendra Modi (@narendramodi) July 1, 2023
***
Proud moment for India as our team concludes the Asian Squash Mixed Doubles with a Gold Medal for @DipikaPallikal & @sandhu_harinder
— Narendra Modi (@narendramodi) July 1, 2023
and Bronze for @anahatsingh_13 & @abhaysinghk98. Congrats to our players on their outstanding performance! All the best for future endeavours. pic.twitter.com/fhbw52nOsG