Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বামী ৰামকৃষ্ণ পৰমহংসক তেওঁৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে


জয়ন্তীত স্বামী ৰামকৃষ্ণ পৰমহংসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
‘এক্স’-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“দেশবাসীৰ হৈ স্বামী ৰামকৃষ্ণ পৰমহংসৰ জন্ম জয়ন্তীত তেওঁলৈ শত-শত প্ৰণিপাত জনাইছোঁ।”

 

***

MJPS/ST/KB