Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সেনা দিৱস উপলক্ষে সেনা জোৱানসকলৰ অসাধাৰণ সাহস, অদম্য প্ৰতিশ্ৰুতি আৰু ত্যাগক প্ৰণাম প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা দিৱস উপলক্ষে সেনা জোৱানসকলৰ অসাধাৰণ সাহস, অদম্য দায়বদ্ধতা আৰু ত্যাগক প্ৰণাম জনাইছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“সেনা দিৱসত আমি আমাৰ সেনা জোৱানসকলৰ অসাধাৰণ সাহস, অদম্য দায়বদ্ধতা আৰু ত্যাগক সন্মান জনাইছো। আমাৰ দেশ আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিৰন্তৰ নিষ্ঠাই তেওঁলোকৰ বীৰত্বৰ প্ৰমাণ। তেওঁলোক শক্তি আৰু সুস্থিৰতাৰ স্তম্ভ।”

***

DS/TS/DB