প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “সেনা দিৱস উপলক্ষে আজি মই দেশৰ সকলো সৈনিক, অৱসৰপ্ৰপ্ত সৈনিক তথা তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছো।ভাৰতৰ প্ৰতিজন নাগৰিকৰ সেনাবাহিনীৰ প্ৰতি অটল বিশ্বাস আছে আৰু তেওঁলোকক লৈ সকলোৱে গৌৰৱ কৰে।তেওঁলোকে আমাক বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ লগতে নানা অঘটনৰ সময়ত সুৰক্ষা প্ৰদান কৰি আহিছে।
আমাৰ সেনাবাহিনীৰ লোকসকলে সদায়ে দেশক অগ্ৰাধিকাৰ দি আহিছে।মই দেশৰ হকে প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।ভাৰতে আমাৰ বীৰ জোৱানসকলক কেতিয়াও নাপাহৰে।”
***
AKT/HS/PRK
On Army Day, I convey greetings to the soldiers, veterans and their families. Every citizen of India has unwavering trust and pride in our Army, which protects the nation and is also at the forefront of humanitarian efforts during times of natural disasters and other accidents.
— Narendra Modi (@narendramodi) January 15, 2018
Our Army always puts the nation first. I salute all those great individuals who sacrificed their lives while serving the nation. India will never forget our valiant heroes.
— Narendra Modi (@narendramodi) January 15, 2018