Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সুৰংগ উদ্বোধন কৰিবলৈ জম্মু-কাশ্মীৰৰ সোণমাৰ্গ ভ্ৰমণৰ বাবে মই আগ্ৰহেৰে অপেক্ষা কৰি আছোঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জেড মৰ্হ সুৰংগ উদ্বোধন কৰিবলৈ জম্মু-কাশ্মীৰৰ সোণমাৰ্গ ভ্ৰমণৰ বাবে তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ওপৰত উল্লেখ কৰা সুৰংগটোৰ প্ৰস্তুতি সম্পৰ্কে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাৰ এক্স প’ষ্টৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে; ‘মই সুৰংগ উদ্বোধনৰ বাবে জম্মু-কাশ্মীৰৰ সোণমাৰ্গ ভ্ৰমণ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছো। আপুনি সঠিকভাৱে পৰ্যটন আৰু স্থানীয় অৰ্থনীতিৰ বাবে লাভৰ কথা আঙুলিয়াই দিছে। লগতে, আকাশী ছবি আৰু ভিডিঅ’বোৰ ভাল লাগিল!”