Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সুব্ৰমণিয়া ভাৰতীক স্মৰণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জন্মদিন উপলক্ষে সুব্ৰমণিয়া ভাৰতীক স্মৰণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “জয়ন্তী উপলক্ষে মহান সুব্ৰমনিয়া ভাৰতীক স্মৰণ কৰিছো৷ ‘মহাকবি ভাৰুথিয়াৰ’ হিচাপে পৰিচিত সুব্ৰমনিয়া ভাৰতী দেশপ্রেম, সমাজ সংস্কাৰ, সুকবি তথা অদম্য সাহসৰ জ্বলন্ত প্ৰতীক৷ তেওঁৰ চিন্তাধাৰা তথা কাম-কাজে আমাক সকলোকে উদ্বুদ্ধ কৰে৷ এইগৰাকী মহাকবি সুবিচাৰ আৰু সমান অধিকাৰত বিশ্বাসী আছিল৷ তেওঁ এবাৰ কৈছিল, কোনো লোক যদি ভোকাতুৰ হৈ থাকে, তেতিয়াহ’লে সমগ্ৰ বিশ্ব ধ্বংস হ’ব৷ এই দৃষ্টিভংগীয়ে মানুহৰ দুর্ভোগ আঁতৰ কৰা তথা তেওঁলোকক সৰবলীকৰণৰ সম্পর্কে সুব্ৰমনিয়া ভাৰতীৰ চিন্তাৰ পৰিচয় দিছিল৷” ”

***

VRRK/ VJ/DB