প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীমা দৰ্শনৰ অংশ হিচাপে নাগৰিকসকলক নাদাবেট আৰু আন-আন সীমাঞ্চল ভ্ৰমণেৰে পৰ্যটনক সমৃদ্ধকৰণৰ আহ্বান জনাইছে।
ভাৰতৰ পৰ্যটন, সাংস্কৃতিক আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়;
“সীমা দৰ্শন প্ৰকল্পই পৰ্যটন খণ্ডটোত এক নতুন মাত্ৰাৰ সংযোজন কৰিছে। এই প্ৰকল্পই সীমান্তত বসবাস কৰা লোকসকলৰ প্ৰাণোচ্ছলতাক শলাগ লোৱাৰ সুযোগ প্ৰদান কৰিছে।
মই আপোনালোক সকলোকে নাদাবেট আৰু আন-আন সীমাঞ্চল ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো…”
Seema Darshan Project adds a new dimension to the tourism sector. It gives the opportunity to appreciate the resilience of those who live on the borders.
I’d urge you all to visit Nadabet and other border areas… https://t.co/D8pJ9hkAoZ
— Narendra Modi (@narendramodi) November 5, 2022
***
DS/SH/SB