Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সাংসদ শ্ৰী সন্তোখ সিং চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ শ্ৰী সন্তোখ সিং চৌধুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“সাংসদ শ্ৰী সন্তোখ সিং চৌধুৰীজীৰ মৃত্যুত মই দুঃখিত। পঞ্জাৱৰ জনসাধাৰণক কৰা অনবদ্য সেৱাৰ প্ৰচেষ্টাৰ বাবে তেওঁক চিৰকাল স্মৰণ কৰা হ’ব। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকললৈ মোৰ সমবেদনা। ঔঁম শান্তি। “

 

***

DS/SH