Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সম্বতসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বতসৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘ক্ষমাৰ জৰিয়তে বহল হৃদয়ৰ উমান পাব পাৰি। দয়ালু হোৱাৰ লগতে ক্ষমাশীল হোৱা আৰু ইজনে সিজনৰ প্ৰতি বৈৰী ভাৱ নৰখাটো আমাৰ সংস্কৃতিৰ এটা অংশ।

মিচামি ডুক্কাদম!

সম্বতসৰী সন্দৰ্ভত আগতে মই যি কৈছিলোঁ সেয়া চাবলৈ ক্লিক কৰক https://t.co/cWZppmn0PM।’
 

****

DS/SH/KG