পৰিষ্কাৰ শক্তি, ডিকাৰ্বনাইজেছন আৰু আন্তঃগাঁথনি: আমাৰ পেৰিছ চুক্তিৰ লক্ষ্য আৰু আমাৰ জনসাধাৰণ আৰু শ্ৰমিকসকলৰ জীৱিকাৰ সহায়ৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি, আমি আমাৰ অৰ্থনীতিক কাৰ্বনমুক্ত কৰিবলৈ আৰু জলবায়ুৰ প্ৰভাৱৰ প্ৰতি স্থিতিস্থাপকতা গঢ়ি তুলিবলৈ পৰিষ্কাৰ শক্তি প্ৰযুক্তিৰ বিকাশ আৰু প্ৰয়োগ ত্বৰান্বিত কৰাৰ পৰিকল্পনা কৰিছো। ইয়াৰ ভিতৰত আছে প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰা, বিত্ত সংগ্ৰহ কৰা, ৰেহাইমূলক বিত্ত সহ, আৰু বহনক্ষম আৰু দীৰ্ঘম্যাদী আন্তঃগাঁথনিৰ বিকাশত সহায় কৰি আৰু কাৰিকৰী সহায় প্ৰদান কৰি প্ৰতিযোগিতামূলকতা উন্নত কৰাৰ আৰু সংযোগ বৃদ্ধি কৰাৰ উপায় বিচৰা।
***
DS/ST/AK/MANN
Took part in the programme to launch of the Indo-Pacific Economic Framework (IPEF), which will play a key role in furthering growth in the Indo-Pacific region. pic.twitter.com/IbJ372I7SX
— Narendra Modi (@narendramodi) May 23, 2022