প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিৰুবল্লুবৰ দিৱসত সন্ত তিৰুবল্লুবৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
“আজি আমি তিৰুবল্লুবৰ দিৱস পালন কৰোঁ। ইয়াৰ জৰিয়তে, সেই মহান তামিল ঋষিগৰাকীক স্মৰণ কৰিছোঁ। তেওঁৰ তিৰুক্কুৰালৰ গভীৰ জ্ঞানে আমাক জীৱনৰ কেইবাটাও দিশত পথ প্ৰদৰ্শন কৰে। তেওঁৰ কালজয়ী শিক্ষাই সমাজক গুণ আৰু সততাত মনোনিৱেশ কৰিবলৈ অনুপ্ৰাণিত কৰে, সমন্বয় আৰু বুজাবুজিৰ জগতখনক উদ্বুদ্ধ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰা সৰ্বজনীন প্ৰমূল্যবোধৰাজিক মূৰ্তকৰণেৰে তেওঁৰ দৃষ্টিভংগী পৰিপূৰণৰো অংগীকাৰ কৰিছোঁ।”
4
Today we celebrate Thiruvalluvar Day, commemorating the great Tamil sage whose profound wisdom in the Thirukkural guides us in several aspects of life. His timeless teachings inspire society to focus on virtue and integrity, fostering a world of harmony and understanding. We also…
— Narendra Modi (@narendramodi) January 16, 2024
—
DS/SB

தலைசிறந்த தமிழ்ப் புலவரை நினைவுகூரும் வகையில் இன்று நாம் திருவள்ளுவர் தினத்தைக் கொண்டாடுகிறோம். திருக்குறளில் உள்ள அவரது ஆழ்ந்த ஞானம் வாழ்க்கையின் பல அம்சங்களில் நமக்கு வழிகாட்டுகிறது. காலத்தால் அழியாத அவரது போதனைகள் நல்லொழுக்கம் மற்றும் நேர்மையில் கவனம் செலுத்த சமூகத்தை…
— Narendra Modi (@narendramodi) January 16, 2024