Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সজীৱ তামিল সংস্কৃতি বিশ্বজুৰি জনপ্ৰিয়: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী এইচ ই লি ছিয়েন লুঙৰ টুইটৰ উত্তৰ দিছে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটযোগে জনাইছিল যে তেওঁ এ এম কে, কেবুন বাৰু আৰু ৱাই চি কেৰ বাসিন্দাসকলৰ সৈতে পলমকৈ পোংগল উদযাপন কৰে।

এই টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“আপোনাক এইদৰে দেখি ভাল লাগিল।” সজীৱ তামিল সংস্কৃতি বিশ্বজুৰি জনপ্ৰিয়।”