Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সজিবু চেইৰাওবা উপলক্ষে মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সজিবু চেইৰাওবা উপলক্ষে মণিপুৰৰ জনসাধাৰণকে প্ৰমুখ্য কৰি আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে।

 

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

 

“সজিবু চেইৰাওবাৰ বিশেষ উপলক্ষত মণিপুৰৰ জনসাধাৰণকে প্ৰমুখ্য কৰি আটাইকে শুভেচ্ছা জনাইছো। এটি সুখদায়ক আৰু সুস্থ বৰ্ষৰ বাবে জনালো প্ৰাৰ্থনা।”

 

***

DS/ST/SB