Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সকলোকে প্ৰধানমন্ত্ৰী সংগ্ৰাহালয় ভ্ৰমণ কৰিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী সংগ্ৰাহালয় পৰিদৰ্শন কৰিবলৈ সকলোকে অনুৰোধ জনাইছে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় শ্ৰী চন্দ্ৰ শেখৰৰ পুত্ৰ নীৰজ শেখৰে প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ভ্ৰমণ সন্দৰ্ভত কৰা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;

“এয়া মোৰ বাবে সৌভাগ্যৰ কথা আছিল যে মই চন্দ্ৰশেখৰজীৰ দৰে এজন মহান ব্যক্তিত্বৰ সৈতে সময় অতিবাহিত কৰিবলৈ পাইছিলোঁ আৰু বহুতো শিকিব পাৰিছিলোঁ। প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ত দেশবাসীয়ে চন্দ্ৰশেখৰজীৰ লগতে আমাৰ সকলো প্ৰধানমন্ত্ৰীৰ বিষয়ে জানিব পাৰিব। মই সকলোকে ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ।”

 

*************************