Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদত ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

সংসদত ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ বিদায় অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:

“আজি ৰাষ্ট্ৰপতি কোবিন্দজীৰ বাবে সংসদত অনুষ্ঠিত বিদায় কাৰ্যসূচীত অংশগ্ৰহণ কৰো। ইয়াত বিভিন্ন দলৰ মন্ত্ৰী আৰু নেতাসকলেও অংশগ্ৰহণ কৰিছিল।”