Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদত লাল বাহাদুৰ শাস্ত্ৰী জীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

সংসদত লাল বাহাদুৰ শাস্ত্ৰী জীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰেঃ

“প্ৰধানমন্ত্ৰী @narendramodi য়ে আজি সংসদ ভৱনত লাল বাহাদুৰ শাস্ত্ৰী জীলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।”