Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘ষ্টেচু অৱ ইউনিটি’ৰ টিভি খণ্ডটোৱে আপোনাক অতি সোনকালে কেভাদিয়ালৈ যাবলৈ উৎসাহিত কৰিব!: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিমাম্বিত ‘ষ্টেচু অৱ ইউনিটি’ক বিষয়বস্তু হিচাপে এটা টেলিভিছন খণ্ড শ্বেয়াৰেৰে কয় যে এয়া এক চাক্ষুস অভিজ্ঞতা হ’ব আৰু অতি সোনকালে কেভাদিয়া ভ্ৰমণৰ ইচ্ছা জগাই তুলিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

“মহিমাম্বিত ‘ষ্টেচু অৱ ইউনিটি’ৰ এই খণ্ডটো এক চাক্ষুস অভিজ্ঞতা হ’ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ই আপোনাক অতি সোনকালে কেভাদিয়ালৈ যাবলৈ উৎসাহিত কৰিব!”

***

DS/TS/SB