Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী সিদ্ধেশ্বৰা স্বামীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী সিদ্ধেশ্বৰা স্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ পৰমপূজ্য শ্ৰী সিদ্ধেশ্বৰা স্বামী জীয়ে সমাজৰ প্ৰতি আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“পৰমপূজ্য শ্ৰী সিদ্ধেশ্বৰা স্বামী জীয়ে সমাজৰ প্ৰতি আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব৷ তেওঁ আনৰ মংগলৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰিছিল আৰু তেওঁৰ পাণ্ডিত্যৰ বাবেও তেওঁক সন্মান জনোৱা হৈছিল। এই শোকৰ মুহূৰ্তত তেওঁৰ অগণন ভক্তৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।”