প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএমঅ’ত পিআৰঅ’ হিচাপে কৰ্মৰত শ্ৰী জগদীশ থাক্কৰৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পিএমঅ’ত পিআৰঅ’ হিচাপে কৰ্মৰত শ্ৰী জগদীশ থাক্কৰৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ জগদীশভাই এগৰাকী জ্যেষ্ঠ সাংবাদিক আছিল আৰু গুজৰাট আৰু দিল্লীত তেওঁৰ সৈতে মই বহু বছৰ কাম কৰিছিলো৷ তেওঁৰ সৰলতা আৰু আন্তৰিকতাপূৰ্ণ স্বভাৱৰ ব্যক্তি আছিল৷
বিগত বছৰসমূহত বহু সাংবাদিকে নিয়মীয়াকৈ জগদীশভাইৰ সৈতে বাৰ্তালাপ কৰিছিল৷ তেওঁ পূৰ্বতে গুজৰাটৰ বহু মুখ্যমন্ত্ৰীৰ সৈতে কাম কৰিছিল৷ আমি এগৰাকী বিচিত্ৰ গুণৰ ব্যক্তিক হেৰুৱালো, যিগৰাকীয়ে তেওঁৰ কামক ভাল পোৱাৰ লগতে অতি অধ্যৱসায়েৰে সকলো কাম সম্পন্ন কৰিছিল৷ মই তেওঁৰ পৰিয়ালৰ লগতে শুভাকাংক্ষীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷”
***
AKT/SH/DB
PM @narendramodi met the family of late Shri Jagdish Thakkar and expressed condolences on Jagdishbhai’s unfortunate demise.
— PMO India (@PMOIndia) December 10, 2018
Shri Thakkar served as the PRO to PM and had previously worked with various Chief Ministers of Gujarat. He distinguished himself as a veteran journalist. pic.twitter.com/ZTrVCNtD9E
The Prime Minister went to AIIMS, where he spent time with the family of late Shri Jagdish Thakkar.
— PMO India (@PMOIndia) December 10, 2018
Jagdishbhai is fondly remembered by all those people who interacted closely with him.
Here is a picture of Shri @narendramodi with Shri Thakkar. pic.twitter.com/hi9tmVu1Vs
Extremely saddened by the demise of Shri Jagdish Thakkar, the PRO in the PMO. Jagdishbhai was a veteran journalist and I had the pleasure of working with him for years, both in Gujarat and in Delhi. He was known for his simplicity and warm-hearted nature.
— Narendra Modi (@narendramodi) December 10, 2018
Several journalists would have regularly interacted with Jagdishbhai over the years. He had previously served with many Chief Ministers of Gujarat. We have lost a wonderful person, who loved his work and did it with utmost diligence. Condolences to his family and well wishers.
— Narendra Modi (@narendramodi) December 10, 2018